আজি মোৰ's image
0414

আজি মোৰ

ShareBookmarks

আজি মোৰ
এন্ধাৰতে টোপনি ভাগিল |

স্বপ্নৰ পাপৰি
এটি এটি কৰি সৰি পৰি ৰ'ল
যেন পলাতকা পৰীৰ কৰবীৰ ফুল !
দেহৰ হুলত এতিয়া মোৰ
লাগি আছে মাটিৰ কোলাহল;

আৰু, অপসৃয়্মাণ ছায়াৰ দৰে
সপোনৰ কোমল কৌতূহল !

Read More! Learn More!

Sootradhar