– যতীন্দ্ৰ নাথ দুৱাৰা
মোৰ চিৰ জনমৰ চিৰ চেনেহৰ
যত অপূৰণ আশা;
হয়তো কাৰোবাৰ মধু পৰশত
পাব কেতিয়াবা ভাষা |
দেৱৰ আশীষ হয়তো নামিব
ফুলাব শুকোৱা কলি;
মাথোঁ মই যাম কেনিবা আঁতৰি
হম ধৰণীৰ ধুলি |
– যতীন্দ্ৰ নাথ দুৱাৰা
মোৰ চিৰ জনমৰ চিৰ চেনেহৰ
যত অপূৰণ আশা;
হয়তো কাৰোবাৰ মধু পৰশত
পাব কেতিয়াবা ভাষা |
দেৱৰ আশীষ হয়তো নামিব
ফুলাব শুকোৱা কলি;
মাথোঁ মই যাম কেনিবা আঁতৰি
হম ধৰণীৰ ধুলি |

Jatindra Nath Duwara (Assamese: যতীন্দ্ৰনাথ দুৱৰা; 1892-1964) was a notable poet of the Jonaki era of Assamese literature. Duwara is known as Bonphulor kobi in the Assamese literacy society. He was the first writer awarded with Sahitya Akademi Award in 1955 f…
View profile & all 7 Poems / Storiesকঁপি থকা ওঁঠ দুটি নোৱাৰে ফুটাবযাওঁ বোলা বিদায়ৰ বাণী,
শেহত দুয়োটি একত লীনকবি আৰু দাৰ্শনিক |
শূন্য পৰিচয়মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে
অতীতক যোৱাঁহে পাহৰিনাৱৰীয়া, মেলি দিয়াঁ নাওখনি মোৰ
অতীতক নেযাবাঁ পাহৰিচেনেহৰ সখা মোৰ শেষ অনুৰোধ-