Kavishala
Contests
Plus
Log in / Sign up
Home
Profile
Home
Profile
1 min read
804.2K reads
থাকে বুকু জুৰি - Hiren Bhattacharyya
Kavishala Archives
Jun 16, 2020
Share as image
Download
১) এন্ধাৰ তলাতল ভাঙি আহে পাখিলগা শব্দ মোৰ তেজৰ কোলাত দিনৰ উজ্জ্বল গোন্ধ, হিৰণ্ময় ৰাতি | ২) আঁঠুৰ ধুলি দুহাতেৰে মচি থিয় দিয়ে দুখ, তুলসীতলৰ গধূলি আৰু কৰুণ কৰে মাটিৰ ঢিমিকি পোহৰে | ৩) উৰণীয়া চৰাইৰ পাখিৰ তলত নিম-দুপৰৰ হালধীয়া বাঁহী, আপোনা-আপুনি জাপ খাই আহে মোৰ গধুৰ চকু, নিজানে মেলি ধৰে কাঁইটীয়া বুকুৰ গুলপীয়া পাহি |
Join WhatsApp Community
Daily literature, poetry & stories
Read more
Earn more
Learn more
Write