1 min read 798.2K reads

মোৰ বুকুত কি জ্বলে - Hiren Bhattacharyya


মোৰ বুকুত কি জ্বলে ! মোৰ দুখ, মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে ! মোৰ অনুভৱে অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰূৰুৱাই জ্বলে যে তাৰ ছাই ভৰি পৰে মোৰ বুকুৰ ভিতৰে-বাহিৰে | সম্ভৱত তোমাৰ প্ৰগলভ প্ৰেমে মোক ছাই কৰি পুৰি নিব ক্ৰমে |

Read more Earn more Learn more